Generated by All in One SEO v4.9.5.1, this is an llms.txt file, used by LLMs to index the site. # Anupama Basumatary Around the World ## Sitemaps - [XML Sitemap](https://www.anupamabasumatary.com/sitemap.xml): Contains all public & indexable URLs for this website. ## Posts - [My Books](https://www.anupamabasumatary.com/my-books/my-books/) - [বিশিষ্ট কবি অনুপমা বসুমতাৰীৰ সাহিত্য কৃতি](https://www.anupamabasumatary.com/the-literary-works-of-the-eminent-poet-anupama-basumatary/home/) - নিকুঞ্জ নাথ আধুনিক অসমীয়া কাব্য সাহিত্যৰ জগতত এক সুপৰিচিত, বলিষ্ঠ আৰু উজ্জ্বল নাম অনুপমা বসুমতাৰী। ১৯৬০ চনৰ ৫ জুলাইত গোৱালপাৰা জিলাৰ দৰংগিৰিত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰতিভাশালী কবিয়ে নিজৰ সুন্দৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। বড়ো জনগোষ্ঠীৰ পৰা আহিও তেওঁ অসমীয়া ভাষাত যি অনবদ্য সাহিত্য চৰ্চা কৰিছে, সেয়া সমগ্ৰ অসমৰ বাবে এক গৌৰৱৰ বিষয় আৰু - [সঁচাকৈয়ে মৰততে স্বৰ্গ!](https://www.anupamabasumatary.com/jadukari-kashmir-2/home/) - ভানু গগৈ অনু, তোৰ 'যাদুকৰী কাশ্মীৰ’ পঢ়ি শেষ কৰিলো। এক অনন্য লিখনিৰে কাশ্মীৰখন বুকুৰ মাজলৈ লৈ আহিলি। তোৰ যাযাবৰী মনটো আৰু প্ৰকৃতি প্ৰেমৰ সুন্দৰ প্ৰতিফলন ফুটি উঠিছে তোৰ লিখনীত। লগতে কাশ্মীৰৰ সহজ সৰল সাধাৰণ মানুহখিনিৰ মৰম আৰু আতিথ্য! উহ কি যে ভাল লগা! তাতে তোৰ ৰসাল বৰ্ণনাই কিতাপখনত সোণত সুৱগা চৰাইছে। সঁচাকৈয়ে মৰততে স্বৰ্গ!ধন্যবাদ সখী - [“যাদুকৰী কাশ্মীৰ আৰু এটি যাযাবৰী মনৰ অন্তৰ্লীন যাত্ৰা”ৰ প্ৰতিটো পৃষ্ঠাই যেন এক নতুন অনুভৱৰ দুৱাৰ খুলিছিল…](https://www.anupamabasumatary.com/jadukari-kashmir/home/) - সীমান্ত কুমাৰ ডেকা জীৱনৰ কিছুমান মুহূৰ্ত থাকে যেতিয়া পৰিবৰ্তনে মনটোক নীৰৱে আলোড়িত কৰি তোলে। আঠ বছৰ ধৰি এটা সুন্দৰ দলৰ সৈতে কাম কৰাৰ পাছত নতুন ঠাইত যোগদান কৰোঁতে মনটো বাৰুকৈ ৰিঙা ৰিঙা লাগিছিল — চিনাকি মানুহ, হাঁহি-ধেমালি, সেই সকলো স্মৃতি যেন অন্তৰত ধৰি ৰাখিবলৈ মন গৈছিল। এনে এটা সময়তে বিদায়ৰ উপহাৰ হিচাপে পোৱা “যাদুকৰী কাশ্মীৰ - [প্ৰেমেৰে সুন্দৰ কৰিব পাৰি পৃথিৱী](https://www.anupamabasumatary.com/প্ৰেমেৰে-সুন্দৰ-কৰিব-পাৰ/home/) - পূব ইউৰোপৰছখনকৈ দেশ ঘূৰি ফুৰিলোঁসেই একেই উৎকণ্ঠা বুকুত লৈ প্ৰতিখন দেশৰইতিহাস আৰু ভূগোলসংস্কৃতি আৰু প্ৰকৃতিৰ বিষয়ে জনাৰমোৰ চিৰন্তন হাবিয়াসটোৱেমোক খেদি ফুৰে অনবৰত পৃথিৱীৰ অৰঙে-দৰঙে ঘূৰি ফুৰাৰযি আমেজপৃথিৱীৰ মানুহক ভালপোৱাৰযি আনন্দ আৰু বিস্ময়সেই কথাই মোকভাবিলৈ শিকাইছে যেপ্ৰেমেৰে সুন্দৰ কৰিব পাৰি পৃথিৱী! মই যেতিয়া উজাই গৈছিলোঁপশ্চিমৰ পৰা পূবৰ দেশবোৰলৈতুমি ভটিয়াই আহিছিলাপশ্চিমৰ দেশলৈ আমি কেতিয়ানোকোনখন দেশতইজনে সিজনকপাৰ হৈ - [মই আকৌ আহিম](https://www.anupamabasumatary.com/মই-আকৌ-আহিম/home/) - মৰুভূমিৰ বতাহৰ দৰেৰিণিকি ৰিণিকি ভাহি আহিছেতোমাৰ মাতটো বালিৰ স্তূপবোৰৰ দৰেপ্ৰাকৃতিক তোমাৰ মৰম বতাহত উৰি যোৱাতৰংগায়িত বালিৰ দৰেতোমাৰ মাতষাৰৰ যাদু কৃষ্ণপক্ষৰ ৰাতিতোমাক ঘৰমুখে যাবলৈৰাতিৰ আকাশৰ তৰাই যেনেকৈদিক নিৰ্ণয় কৰি দিয়ে তোমাৰ আন্তৰিকতাআৰু হৃদয়ৰ উষ্ণতাইমোক আজি পুনৰএখন নতুন দিগন্তৰ দিশেহাতত ধৰি নিছে আজি তুমিদূৰ আকাশততিৰবিৰাই থকা তৰাআৰু মইসীমাহীন মৰুৰঅকলশৰীয়া যাত্ৰী হেৰা মোৰযাযাবৰী বন্ধুমৰু প্ৰান্তৰততোমাৰ স’তে যাত্ৰা কৰাৰযি - [অনুপমা বসুমতাৰীৰ জীৱন আৰু সাহিত্য](https://www.anupamabasumatary.com/অনুপমা-বসুমতাৰীৰ-জীৱন-আৰ/home/) - জীৱন আৰু সাহিত্য এই দুয়োটাকৈ বিচাৰ কৰা বৰ কঠিন কাম। এই দুয়োটা কার্য এইবাবেই কঠিন কিয়নো দুয়োটাতে থাকে ভিন্ন দৃষ্টি, দর্শন, চিন্তন আৰু মনন। এজনে এটি জীৱন বা সাহিত্যৰ একোটি ধাৰাৰ বিচাৰ যিদৰে কৰিব আন এজনৰ দৃষ্টিত সেই একেটি সাহিত্যৰ ধাৰাই ভিন্ন ৰূপত প্রকাশিত হয় আৰু হোৱাটোয়েই স্বাভাৱিক। ঠিক সেইদৰে এজন সমালোচকৰ দৃষ্টিত যোগাত্মক হৈ - [জীৱন অন্বেষণৰ সাধু](https://www.anupamabasumatary.com/জীৱন-অন্বেষণৰ-সাধু/home/) - যোৰহাটৰ বেদকণ্ঠ প্ৰকাশনৰ হৈ বিপ্লৱ বৰুৱাই প্ৰকাশ কৰা আমাৰ শেহতীয়া কাব্যগ্ৰন্থ 'জীৱন অন্বেষণৰ সাধু’ - [Autumn](https://www.anupamabasumatary.com/autumn/photography/) - nature - [Autumn vibes](https://www.anupamabasumatary.com/autumn-vibes/photography/) - nature - [পৰিণাম](https://www.anupamabasumatary.com/পৰিণাম/kavita/) - মই জনা নাছিলোঁভালপোৱাৰ পৰিণাম হ'ব পাৰেইমান বেদনাদায়ক! যিয়ে মোককাহানিও ভালপোৱা নাছিলআৰু ভাল নাপাব তেওঁনো কেনেকৈ বুজিবভালপোৱাৰ মূল্য!! - [কবিতাই লিখিছে জীৱন](https://www.anupamabasumatary.com/কবিতাই-লিখিছে-জীৱন/kavita/) - ইমানদিনে মইজীৱনৰ কবিতা লিখিছিলো পোৱা, পাই হেৰুওৱা,পলকতে হাঁহি হাঁহিপলকতে চকুপানীৰেআঁচল তিতি যোৱা,টুকুৰা ছৱিবোৰ আঁকি থাকোঁতেসপোনবোৰ হঠাতে ৰঙীন হোৱা,ৰংবোৰ গুচি পুনৰশুধবগা মেঘৰ দৰেজীৱনৰ আকাশত উৰি ফুৰাকৰুণতাৰ ৰাগিণীবোৰবৰষুণৰ টোপাল হৈবাৰিষাৰ দুপৰীয়াধৰিত্ৰীৰ বুকুত ধেমালি কৰা আনন্দ আৰু বেদনাসুখ আৰু দুখৰকবিতাবোৰ গুণগুণাইঋতুৰ বুকুৱে বুকুৱে ঘূৰি ফুৰাৰআনমনা দিনবোৰৰ পুলকবিষাদে গধুৰ কৰা,চেঁচা বতাহত জীৱন বিচাৰি ফুৰাৰমায়াময় সন্ধিয়াৰ সপোন যাত্ৰা উস! প্ৰেমৰ - [গুলপীয়া ঋতু](https://www.anupamabasumatary.com/গুলপীয়া-ঋতু/kavita/) - এজাৰ ফুলিছেমনত লাগিছে বেজাৰ বসন্তৰ বাট এটা গৈমিলিছেগৈ বৰ্ষাৰসৰু নৈখনৰ পাৰত এজাৰৰ বৰষুণে আজিঢাকি ধৰিছে বাটজলাশয়বোৰ মুখ ঢাকি শুই আছেএজাৰৰ গুলপীয়া চাদৰেৰে পাৰ হৈ আহিছোঁ মইএখন প্ৰাচীন অৰণ্যয’ত পলাশে সানিছে ৰংশিমলুৱে কৰিছে মতলীয়াফাগুনৰ উতলা বুকু সেয়েহে হ’বলাগোটেই অৰণ্য আজি গুলপীয়াগুলপীয়া বোৱঁতী নদীৰ সোঁত পৃথিৱীৰ পৰা আকাশলৈবিয়পি পৰিছে আজিএজাৰৰ গুলপীয়া আভা গুলপীয়া অৰণ্যগুলপীয়া আকাশগুলপীয়া নদীৰ সোঁত - [এষাৰ মাত্ৰ মৰমৰ মাত শুনাহেঁতেন](https://www.anupamabasumatary.com/akhar-matro-moromor-mat/kavita/) - দূৰৈৰ পাহাৰৰ পৰাভাহি আহিছে বাঁহীৰ সুৰ পদূলিত ফুলি থকাৰঙা খৃচেনথিমামবোৰদুপৰ নিশাৰ বতাহতকঁপি উঠিছে বৰষুণৰ পাছতগোমা আজি ৰাতিৰ আকাশনিটাল মাৰিছে পৃথিৱীৰাতিৰ শিলাবৃষ্টিয়েফুলৰ পাহিবোৰছিঙি থৈ গ’লৰঙা হৈ উঠিলপূবৰ বাটচৰা মোৰ বুকুত আজিকোনে ঢালিলে শিল-বৰষুণ?হাঁহিৰ ফুলবোৰ দেখোনলেৰেলি পৰিল শিল-বৰষুণে যেনবুকুত প্ৰচণ্ড জোৰেৰেকোব এটা মাৰিহেগুচি গ’ল তোমাৰ এষাৰ মাত্ৰমৰমৰ মাত শুনাহেঁতেনমোৰ ফুলনিত ফুলিলহেঁতেনশুভ্ৰ খৰিকাজাঁই৷৷ - [ৰূপকথাৰ চহৰত](https://www.anupamabasumatary.com/rupkathar-chaharat/kavita/) - কবিতাৰ দৰে চহৰ এখনতমই ঘূৰি ফুৰিছোঁইয়াতেই এজন ৰজা আছিললগত আছিল তেওঁৰ ৰূপৱতী ৰাণীতেওঁলোকেই সাজিছিলৰূপকথাৰ অট্টালিকাৰ দৰেএই যাদুকৰী কেছেল চহৰখনৰ মাজেৰে বৈ গৈছেএখন ধীৰ নদীইপাৰ সিপাৰ সংযোগী দলংখনেমনটোক ৰূপকথাৰ দেশলৈ লৈ গৈছেআৰু তিতি-বুৰিজুৰুলি-জুপুৰি হোৱা চহৰখনতমই আজি ঘূৰি ফুৰিছোঁ ৰূপকথাৰ দৰে চহৰখনতৰূপকথাৰেই কাহিনী শুনিমই বিভোৰ হৈ পৰিছোঁসপোন নে দিঠকএকোকে মনিব নোৱাৰিসপোন বুলি ভাবি থাকোঁতেদিঠকতে অনাই বনাই ঘূৰিছোঁদিঠকত - [যি কোনো ঋতুৰ বুকুতে](https://www.anupamabasumatary.com/every-seasion/kavita/) - তোমাৰ চোতালৰ বাগিচাখনততোমাৰ স’তে কথা পাতি পাতিপাৰ কৰা দুপৰীয়াটোবৰকৈ মনত পৰিছে আজি শুভ্ৰ আপেল ফুলৰ থোপাবোৰতএতিয়ামানে চাগে’ গুটি ধৰিছে তুমি যেতিয়াপূব মূৰৰ ফাৰ গছজোপা দেখুৱাইছিলামই নীৰৱে ভাবিছিলোঁমোৰ জন্মলগ্নতেএই গছে মোৰ নিয়তিৰভৱিষ্যতবাণী কৰিছিল পীচ ফুলৰ গুলপীয়াইমোলৈ চাই হাঁহিছিলপাহিবোৰ লাহে লাহেসৰি পৰাৰ মুহূৰ্তটো বেদনাদায়ক আছিল যদিওপাহিৰ তলৰ গুটিবোৰেমোক আশাৰ বতৰা দিছিল চেৰিজোপাৰএই ফুলো, এই ফুলোডালবোৰত চাগে’পাপৰিবোৰ মেল - [মই এজোপা ফাৰ গছৰ দৰে](https://www.anupamabasumatary.com/fir-tree/kavita/) - মই এজোপা ফাৰ গছৰ দৰেথিয় হৈ থাকোঁ সকলো ঋতুৰসকলো বাতাবৰণৰ স’তে যুঁজ দি তুমি কৈছিলা ফাৰ গছ মানেইএটা ৰহস্যময় জোকাৰণিঅথচ ফাৰগছৰ থাকেএক সাংঘাতিক গুণএক ধৰণৰ ভাবিব নোৱৰা আকৰ্ষণ ফাৰ গছে সহিব পাৰেহেজাৰ বাধা বিঘিনিআৰু ইয়াৰ আছে অভাৱনীয় সহনশীলতাউদ্বিগ্নতাক ই সাবটি ধৰিশোৱাই ৰাখে বুকুৰ মাজত ফাৰ গছে ভাল পায়পৃথিৱীৰ সকলো ধৰণৰ সৌন্দৰ্যকবৰ্ষাৰ বৰষুণ, হেমন্তৰ তীব্ৰ ৰংশীতৰ - [তুমি কুশলে থাকা](https://www.anupamabasumatary.com/তুমি-কুশলে-থাকা/kavita/) - কিছুদিন ধৰিদেশৰ সীমান্ত অঞ্চলতঅহৰ্নিশে চলিছে সংঘৰ্ষ সংঘৰ্ষপীড়িত অঞ্চলৰ পৰাআজি তোমাৰ মাতটো শুনিছিলোচেপা উত্তেজনাৰে ভৰাদুৰ্গম বাটটোৰেযাত্ৰা কৰিছিলা তুমি অথচ তোমাৰ মাতটো আছিলঅত্যন্ত উছাহেৰে ভৰাযেন তুমি কোনোফুলৰ উপত্যকাতহেবিচৰণ কৰি আছা উপত্যকা ভৰি ফুলি থকাফুলবোৰৰ দৰেইতোমাৰ হূদয়ৰ উলাহআৰু সুৰভিৰ দৰেতোমাৰ কথাবোৰৰ আন্তৰিকতা তুমি কুশলে থাকামই দূৰৈৰ পৰা ছটিয়াইছোঁশুভকামনাৰ ফুললগতে পঠিয়াইছোঁএছাটি ভিজা বতাহ হৃদয়ৰ উষ্ণতা, ফুলৰ সৌৰভমনৰ হেঁপাহ, সকলো - [জীৱনৰ সিপাৰেও](https://www.anupamabasumatary.com/জীৱনৰ-সিপাৰেও/kavita/) - গধূলিৰ ধূলিয়ৰি বাটদুপৰীয়াৰ নিৰ্জন পথাৰৰাতিৰ জিলমিল জোনাক সকলোতে উজলি থাকেআমাৰ শৈশৱৰ গাঁও বাৰিষাৰ কলীয়া ডাৱৰহঠাতে নামি অহা ধাৰাসাৰ বৰষুণবোকাময় বাটেৰে তিতি বুৰি গৈ থকাআমাৰ সোণোৱালী শৈশৱৰ গাঁও আহিনৰ কুঁৱলিৰ ছয়া-ময়াআঘোণৰ ধাননিৰে হালধীয়াপুহৰ জাৰেৰে জুপুকা লগাআমাৰ নিমাওমাও গাঁও সংগীতৰ দৰে গুণ্ গুণ্ বতাহৰ মাতবাঁহীৰ দৰে তীব্ৰ জিলি, উঁইচিৰিঙাৰ মাতআমে মলিওৱাৰ বতৰতডালত বিনাই থকা কুলিৰ মাততবসন্তৰ আগমন - [মৃত চহৰত](https://www.anupamabasumatary.com/মৃত-চহৰত/kavita/) - চহৰখনত তুমি নাই বাবেৰিঙা ৰিঙা লাগিছ বৰ একোতেই আজিপ্ৰাণচঞ্চলতা নাই তোমাৰ উপস্থিতিৰেৰঙীন হৈ উঠা গধূলিটোতেনেই উদাস হৈ পৰিছে তোমাৰ স’তে অন্তৰংগতাৰেকথা পাতি পাতিউজ্জ্বল হৈ পৰা পাৰ্কখননিমাত হৈ পৰি আছে তুমি নাথাকিলেচহৰখনৰ মৃত্যু হ’ব বুলিতোমই নাজানিছিলোঁ মই কাৰ স’তে কেনি যাওঁক’ত থাকোঁ এই মৃত চহৰত - [betaabvalley, kashmir](https://www.anupamabasumatary.com/betaabvalley-kashmir/photography/) - #betaabvalley #kashmir - [হেৰিটেজ গাঁও](https://www.anupamabasumatary.com/হেৰিটেজ-গাঁও/kavita/) - [উৎসৰ্গঃ ৰীনা জমিৰ] কোহিমাৰ আকাশতপূৰ্ণিমাৰ জোন, জিলমিল নীলা পাহাৰতউবুৰি খাই পৰা চহৰখনতহাজাৰ তৰাৰ চিকমিক এঁকা-বেঁকা বাটবোৰতশীতৰ বতাহৰ জোকাৰণি হেৰিটেজ গাঁৱলৈ গৈছিলো আজিবান্ধৱী ৰীনা জমিৰৰ স’তেকিন্‌ কিন বৰষুণৰ তলে তলে দুয়োৰে খিল্‌ খিল্‌ হাঁহিতমৰংবোৰ সাৰ পাই উঠিছিল দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি সুঁৱৰিঅকলশৰে থিয় হৈ আছিলআশ্চৰ্যকৰ যাদুঘৰটো যুদ্ধৰ বিভীষিকাৰ প্ৰতীকসেই পুৰণি টেংকাৰআৰু গাড়ীবোৰ হেৰিটেজ গাঁও আজিহৈ আছিল নিমাত - [আগৰ সকলো ৰাতিতকৈ](https://www.anupamabasumatary.com/আগৰ-সকলো-ৰাতিতকৈ/kavita/) - আগৰ সকলো ৰাতিতকৈ দীঘলীয়া আছিলকালিৰ ৰাতিটোআগৰ সকলো নিশ্বাসতকৈকালিৰ নিশ্বাস আছিল অতি কষ্টকৰ ভালপোৱাৰ বাবে ইয়াতকৈ কঠিন পৰীক্ষাতঅৱতীৰ্ণ হ’বলৈ মই সাজু তোমাক হেৰুৱাবলৈ কিন্তুমই কোনোপধ্যেই সাজু নহয় কাঁইটীয়া হ’লেইবা!দুৰ্গম বাট অতিক্ৰম কৰি তুমি আহিবাই এই আশাৰে আন এটা দীঘলীয়া ৰাতিপাৰ কৰিম আজি উজাগৰে - [কবিতা বিচাৰি ফুৰোঁতে](https://www.anupamabasumatary.com/কবিতা-বিচাৰি-ফুৰোঁতে/kavita/) - কবিতা বিচাৰি ফুৰোঁতেকেতিয়া যে জীৱনটোৱেই কবিতা হ’লমই নাজানিলোঁ হৃদয়ৰ জখমবোৰ সজাই তুলিবলৈশব্দ বিচাৰি ফুৰোঁতেকেতিয়ানো জখমবোৰেই হ’ল হৃদয়ৰ নামান্তৰমই নাজানিলোঁ কবিতাৰে সপোন এটা বিচাৰিবৰষুণৰ মাজে মাজেমেঘ আৰু কুঁৱলিৰ আঁৰে আঁৰেপাহাৰ শিখৰৰ অতিথিশালাতশিলাময় উপত্যকাৰ জোনাকতনিৰ্জন পাহাৰৰ একাকীত্বত ঘূৰি ফুৰোঁতেকেতিয়ানো জীৱনটোৱেই হৈ পৰিলএটা ধুঁৱলি কুঁৱলি সপোনমই নাজানিলোঁ জীৱনটোক পুনৰ যাপন কৰিম বুলিতোমাক বিচাৰি ফুৰোঁতেকেতিয়ানো তোমাকো হেৰুৱালোঁমই নাজানিলোঁ মইনো - [Photography](https://www.anupamabasumatary.com/austria/photography/) - [কবিতা](https://www.anupamabasumatary.com/শামুক-১/kavita/) - শামুক- ১ তাহানি ধান গছৰ ফাকে ফাকে উবুৰি খাই থকা শামুকবোৰবুটলিছিলোঁ খালৈৰ ডিঙি নোপোৱালৈকেআৰু সিজোৱাৰ আগেয়ে ঢাকনিবোৰ এৰুৱাই ৰং পাইছিলোঁকোচ খুৱাই সুমুৱাই নিয়া জিভাখন চাইশোহা মাৰি উলিয়াই আনিছিলোঁ শাহ্, খোৱাৰ মজিয়াতখোলাবোৰৰ মৰ্ মৰ্ শব্দত আছিল এটা অদ্ভূত ছন্দয’ত লুকাই আছিল মৃত শামুকবোৰৰ শোক! সেই ছন্দৰ উৎস বিচাৰি এতিয়া মই চুচৰি ফুৰিছোঁসাগৰৰ পাৰে পাৰে, বগাই ফুৰিছোঁ - [কবিতা](https://www.anupamabasumatary.com/কবিতা/kavita/) - তুমি আহিলে তুমি আহিলেমই থৰ হৈ ৰওঁমূক ভাস্কৰ্য্য এটাৰ দৰে তোমাক লগ পোৱাৰ এই মুহূৰ্তদিনৰ দৰে উজ্জ্বলঘাঁহৰ দৰে সেউজীয়া অথচ মৃত্যুৰ দৰে নিশ্চিতআমাৰ মাজৰ বিচ্ছেদ - [কবিতা](https://www.anupamabasumatary.com/কবিতা-2/kavita/) - তোমাৰ বুকুতে আছিল মৰমৰ সাগৰয'ত উটিছিলো মই পালতৰা হৈকেনিনো গ'ল নাও,কেনি গ'ল বঠাশামুকৰ খোলা হৈ ঢৌত বাগৰিপাৰত আজি মই আছোহি পৰি বন্ধু,দুহাত তুলি মোক নিয়াহি বুটলি - [Jaisalmer](https://www.anupamabasumatary.com/jaisalmer/photography/) - [Statue of Winston Churchill](https://www.anupamabasumatary.com/statue-of-winston-churchill/photography/) - [I'm a poet, writer and a traveller](https://www.anupamabasumatary.com/i-am-a-poet-and-love-to-travel/home/about-me/) - I'm a poet, writer and a traveller. I write in Assamese language. I also love doing photography and I'm fond of music. So far, I have 18 books in my credit that includes 2 travelogues and 16 poetry collection. ## Pages - [MY BOOKS](https://www.anupamabasumatary.com/my-books/) - [Photography](https://www.anupamabasumatary.com/photography/) - [Sweet Memories](https://www.anupamabasumatary.com/sweet-memories/) ## Categories - [Home](https://www.anupamabasumatary.com/category/home/) - [About Me](https://www.anupamabasumatary.com/category/home/about-me/) - I’m a poet, writer and a traveller. I write in Assamese language. I also love doing photography and I’m fond of music. So far, I have 18 books in my credit that includes 2 travelogues and 16 poetry collection. - [My Books](https://www.anupamabasumatary.com/category/my-books/) - [Kavita](https://www.anupamabasumatary.com/category/kavita/) - [Photography](https://www.anupamabasumatary.com/category/photography/) - [Openion](https://www.anupamabasumatary.com/category/openion/)